July 1, 2025 7:45 PM
বিশ্বৰ কণিষ্ঠ পৰ্বতাৰোহী হিচাপে বিশ্ব ৰেকৰ্ড পাঞ্জাবৰ ছবছৰীয়া শিশু টেগবীৰ সিঙৰ
পাঞ্জাবৰ ছবছৰীয়া শিশু টেগবীৰ সিঙে মাউণ্ট এলব্রুছ আৰোহন কৰি বিশ্বৰ কণিষ্ঠ পৰ্বতাৰোহী হিচাপে বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। ১৮ হাজাৰ ৫১০ ফুট উচ্চতাৰে মাউণ্ট এলক্ট্ৰছ হৈছে ৰাছিয়া আৰু ই...