October 4, 2024 6:49 PM October 4, 2024 6:49 PM
5
মাজুলীত জলাতংক প্রতিষেধক প্রদান
বিশ্ব জলাতংক প্ৰতিৰোধী সপ্তাহ উপলক্ষে আজি মাজুলীত জিলা স্বাস্থ্য বিভাগ আৰু পশুপালন তথা পশু চিকিৎসা বিভাগৰ সৌজন্যত জলাতংক প্রতিষেধক প্রদান কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে জিলা পশু চিকিৎসা বিষয়াগৰাকীয়ে জলাতংক ৰোগৰ প্ৰতিৰোধ সম্পৰ্কে ব্যক্তব্য ৰখাৰ লগতে সমল ব্যক্তি বৰ্ষা বৰুৱা ৰয়ে এই ৰোগ প্ৰতিৰোধ সম্পৰ্কে উপস্থিত ৰাইজৰ সজাগতাৰ উদ্দেশ্যে ভাষণ দিয়ে। বিষয়াগৰাকীয়ে কুকুৰ-মেকুৰী আদিয়ে আঁচুৰিলে ১৫ মিনিটৰ বাবে সেই ঠাইখিনি খাৰযুক্ত চাবোনেৰে নলৰ পানীত ধুব লাগে বুলি জনায়। ইয়াৰ লগতে জলাতংক প্ৰতিৰোধী প্ৰত...