December 21, 2025 11:07 AM
30
আজি বিশ্ব ধ্যান দিৱস
আজি বিশ্ব ধ্যান দিৱস। যোৱা বছৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ২১ ডিচেম্বৰৰ দিনটো বিশ্ব ধ্যান দিৱস হিচাপে ঘোষণা কৰিছিল। উত্তৰ গোলাৰ্ধৰ শীতকালীন সময়ৰ সৈতে ৰজিতা খুৱাই এই দিনটো নিৰ্বাচন কৰা হৈছে। কিয়নো ই অন্তৰ্দৃষ্টি আৰু আভ্যন্তৰীণ শান্তিৰ প্ৰতীক। ভাৰতৰ আধ্যাত্মিক গুৰু শ্ৰী শ্ৰী ৰবিশংকৰে নিউয়ৰ্কত অৱস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত বিশ্ব শান্তি আৰু সম্প্ৰীতিৰ বাবে ধ্যান শীৰ্ষক অনুষ্ঠানৰ নেতৃত্ব দিয়ে। যুদ্ধক্ষেত্ৰত শ্ৰীকৃষ্ণই অৰ্জুনক ধ্যান আৰু যোগৰ সাধনা কৰিবলৈ জনোৱা আহ্বানক স্মৰণ কৰি আধ্যাত্মিক গুৰুগ...