May 3, 2025 7:40 PM May 3, 2025 7:40 PM
16
সমগ্ৰ বিশ্বতে সংবাদ মাধ্যমৰ স্বাধীনতা দিৱস পালন
সংবাদ মাধ্যমৰ কৰ্মীসকলৰ মত প্ৰকাশৰ স্বাধীনতাৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে সমগ্ৰ বিশ্বতে আজি সংবাদ মাধ্যমৰ স্বাধীনতা দিৱস পালন কৰা হৈছে। ৰিপোৰ্টাৰ্ছ উইডাউত বাউণ্ডেৰীছ আৰু আন ভালেকেইটা সংস্থাই এই দিৱসৰ সময়তে সংবাদ মাধ্যমৰ স্বাধীনতাৰ ক্ষেত্ৰত বিশ্বৰ বিভিন্ন দেশৰ ৰেংকিং প্ৰকাশ কৰে। ইউনেস্কোৰ উদ্যোগত এই উপলক্ষে আজি বিভিন্ন কার্যসূচী অনুষ্ঠিত হয়। দিৱসৰ অংশ হিচাপে সংবাদ মাধ্যমত কৰ্মৰত লোকসকলক একত্ৰিত কৰি তেওঁলোকে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ দূৰ কৰাৰ কৌশল সন্দৰ্ভত আলোচনা কৰা হয়। ১৯৪৮ চনৰ ...