May 4, 2025 7:39 PM May 4, 2025 7:39 PM
119
মে’ মাহৰ প্ৰথমটো দেওবাৰ বিশ্ব হাস্য দিৱস হিচাপে পালন
স্বাস্থ্যৰ ওপৰত হাঁহিৰ ইতিবাচক প্ৰভাৱ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে আজি বিশ্ব হাস্য দিৱস পালন কৰা হৈছে। মে' মাহৰ প্ৰথমটো দেওবাৰে বিশ্বজুৰি এই দিৱস পালন কৰা হয়। হাস্য যোগ আন্দোলনৰ হোতা ডা০ মদন কাটাৰীয়াই ১৯৯৮ চনত এই দিৱস উদযাপনৰ আৰম্ভণি কৰিছিল। ব্যক্তিৰ মুখৰ অভিব্যক্তিয়ে তেওঁৰ আৱেগিক স্বাস্থ্যৰ ক্ষেত্ৰত সুপ্ৰভাৱ বিস্তাৰ কৰে বুলি তেওঁ উল্লেখ কৰিছিল। বিশ্ব হাস্য দিৱসৰ উদযাপনে বিশ্ব শান্তি স্থাপনৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰে বুলি আশা কৰা হয়। তদুপৰি হাস্য দিৱসৰ কাৰ্যসূচীয়ে বিশ্বজনীন ভাতৃত্ববোধ আৰু...