March 19, 2025 12:03 PM
17
কাবাডী বিশ্বকাপত ভাৰত আৰু স্কটলেণ্ডৰ মাজৰ খেলখন ৬৪-৬৪ পইণ্টত ড্র’
কাবাডী বিশ্বকাপত কালি নিশা ইংলেণ্ডৰ উলভাৰহেম্পটনত ভাৰত আৰু স্কটলেণ্ডৰ মাজত অনুষ্ঠিত খেলখন ৬৪ আৰু ৬৪ পইণ্টত ড্র' হয়। খেলখনত ভাৰতে প্ৰথম কেইমিনিটমানৰ ভিতৰতে ৭-৪ত অগ্রগতি লাভ কৰি শক্তিশালী প্ৰদৰ্শন কৰিছিল যদিও পৰৱৰ্তী ৰাউণ্ডত স্কটলেণ্ডেও সমান স্কৰ কৰিবলৈ সমৰ্থ হয় আৰু ৬৪-৬৪ পইণ্টত ৰোমাঞ্চকৰভাৱে খেলখন ড্র হয়। ইয়াৰ পিছত ভাৰতীয় দলটোৱে চীনৰ বিৰুদ্ধে খেলিব আৰু স্কটলেণ্ডে ১৯ মাৰ্চত ইটালীৰ মুখামুখী হব। একেদৰে মহিলা শাখাত ভাৰতীয় দলটোৱে গ্রুপ ডিৰ এখন খেলত ৱেলচক ৮৯-১৮ত পৰাস্ত কৰি অভিযান আৰম্ভ কৰিছে।প্ৰত...