October 6, 2025 8:34 PM
						
						7
					
আমিনগাঁৱত আজিৰে পৰা বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ, নেপালৰ বিৰুদ্ধে জয়েৰে ভাৰতৰ অভিযান আৰম্ভ
গুৱাহাটীৰ আমিনগাঁৱত আজিৰ পৰা বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছে। প্ৰতিযোগিতাখনৰ প্ৰথম দিনাই আয়োজক দেশ ভাৰতে নেপালৰ বিৰুদ্ধে জয়েৰে অভিযান আৰম্ভ কৰিছে। কাইলৈ ভাৰতে ...
 
									