July 27, 2024 9:20 PM

views 11

ভাৰত মণ্ডপমত ৪৬ সংখ্যক বিশ্ব ঐতিহ্য সমিতিৰ অধিৱেশন

নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ৪৬ সংখ্যক বিশ্ব ঐতিহ্য সমিতিৰ অধিৱেশনত আজি ইউনেস্ক'ই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ আন সাতটা নতুন ক্ষেত্ৰ অন্তৰ্ভুক্ত কৰে। জাপানৰ ছেডো দীপৰ সোণৰখনি, চীনৰ বেইজিঙৰ ছেণ্ট্ৰেল এক্সিছ, থাইলেণ্ডৰ ফু ফ্ৰাবাট ঐতিহাসিক উদ্যান, ৰাছিয়াৰ কেন'জিৰ হ্ৰদ, কেনিয়াৰ ঐতিহাসিক গেদি চহৰ আৰু প্ৰত্নতাত্বিক স্থান, দক্ষিণ আফ্ৰিকাৰ নেলছন মেন্দেলা লিগেছি চাইটছ ফ'ৰ হিউমেন ৰাইটছ আৰু মালয়েছিয়াৰ নিয়াহ ৰাষ্ট্ৰীয় উদ্যানৰ গুহা ইউনেস্ক'ৰ এই সমিতিয়ে বিশ্বৰ ঐতিহ্য ক্ষে...