July 22, 2024 12:12 PM

views 24

অসমৰ ঐতিহাসিক মৈদামসমূহ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়োৱা হৈছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, অসমৰ ঐতিহাসিক মৈদামসমূহ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়োৱা হৈছে। তেওঁ কয় যে, এয়া হ'ব দেশৰ ৪৩ সংখ্যক তথা উত্তৰ-পূব ভাৰতৰ প্ৰথমটো বিশ্ব ঐতিহ্য ক্ষেত্ৰ যাক সাংস্কৃতিক বিশ্ব ঐতিহ্যৰ আখ্যা দিয়া হ'ব। প্রধানমন্ত্ৰীয়ে কালি নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক অধিৱেশন মুকলি কৰে। ভাৰতত প্ৰথমবাৰৰ বাবে আয়োজন কৰা বিশ্ব ঐতিহ্য সমিতিৰ এই অধিৱেশনখন ৩১ জুলাইত সামৰণি পৰিব। অনুষ্ঠানত ভাষণ দি প্রধানমন্ত্ৰী ন...

July 21, 2024 12:08 PM

views 25

ভাৰতে নতুন দিল্লীত বিশ্ব ঐতিহ্য সমিতিৰ অধিৱেশন অনুষ্ঠিত কৰাৰ সুযোগ লাভ কৰি যথেষ্ট গৌৰৱবোধ কৰিছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ভাৰতে নতুন দিল্লীত বিশ্ব ঐতিহ্য সমিতিৰ অধিৱেশন অনুষ্ঠিত কৰাৰ সুযোগ লাভ কৰি যথেষ্ট গৌৰৱবোধ কৰিছে। ছ'চিয়েল মিডিয়াৰ এটা পষ্টত শ্রীমোদীয়ে কয় যে, ভাৰতে এই সমিতিখনৰ অধিৱেশন প্ৰথমবাৰৰ বাবে আয়োজন কৰিছে আৰু আজি সন্ধিয়াৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ তেওঁ আগ্ৰহেৰে বাট চাই আছে। দেশৰ ঐতিহ্য সংৰক্ষণৰ উপায় সন্দৰ্ভত মত-বিনিময় কৰাৰ বাবে ই এখন গুৰুত্বপূৰ্ণ মঞ্চ বুলি প্রধানমন্ত্রীয়ে প্ৰকাশ কৰে ৷ উল্লেখযোগ্য যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া ৭ বজাত নতুন দ...

July 20, 2024 12:50 PM

views 27

নতুন দিল্লীত কাইলৈৰ পৰা বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক অধিৱেশন

বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক অধিৱেশন নতুন দিল্লীৰ ভাৰত মণ্ডপমত কাইলৈ আৰম্ভ হব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অধিৱেশনৰ উদ্বোধন কৰিব। ৩১ জুলাইত অধিৱেশনৰ সামৰণি পৰিব। ভাৰতে প্ৰথমবাৰৰ বাবে এই অধিৱেশনৰ আয়োজন কৰিছে। অনুষ্ঠানত ইউনেস্ক'ৰ সঞ্চালক প্ৰধান মেডাম অড্রে আজৌলে আৰু ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য সচিবালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে বিভিন্ন দেশৰ সাংস্কৃতিক মন্ত্ৰী, ৰাষ্ট্ৰদূতৰ দৰে অন্যান্য ব্যক্তিসকলে অংশগ্রহণ কৰিব। অধিৱেশনৰ পূৰ্বে সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী গজেন...

July 14, 2024 7:59 PM

views 25

ইউনেস্ক’ৰ  বিশ্ব ঐতিহ্য সমিতিৰ অধ্যক্ষক অসমীয়া পৰম্পৰাৰে অসম চৰকাৰৰ আদৰণি

নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া বিশ্ব ঐতিহ্য সমিতিৰ বৈঠকৰ পৰিপ্ৰেক্ষিতত আজি অসম চৰকাৰৰ কার্যবাহীসকলে বিশ্ব ঐতিহ্য সমিতিৰ অধ্যক্ষক অসমীয়া পৰম্পৰাৰে আদৰণি জনায়। উল্লেখযোগ্য যে ইউনেস্ক'ৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰতত এই বৈঠক অনুষ্ঠিত হ'ব। অহা ২১ জুলাইৰ পৰা অনুষ্ঠিত হ'বলগীয়া এই বৈঠকৰ কাৰণে ভাৰতৰ হৈ ৰাষ্ট্রদূত বিশাল শৰ্মাক অধ্যক্ষ হিচাপে নিৰ্বাচন কৰা হৈছে। এই বৈঠকত অসমৰ বাবে তাৎপর্যপূর্ণভাৱে চৰাইদেউৰ মৈদাম ক্ষেত্ৰসমূহ বিশ্ব ঐতিহ্যৰ তালিকাত স্থান লাভৰ বাবে ভাৰতৰ পৰা মনোনয়ন কৰা হৈছে।