July 28, 2025 6:18 PM

views 30

বিশ্ব হেপাটাইটিছ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন কার্যসূচী অনুষ্ঠিত

বিশ্ব হেপাটাইটিছ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন ভিন কার্যসূচী অনুষ্ঠিত হয়। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত এই দিৱস উপলক্ষে আজি চিকিৎসক আৰু স্বাস্থ্য কৰ্মীসকলৰ মাজত এখনী আলোচনাচক্র অনুষ্ঠিত হয়। আলোচনা কালত আজিৰে পৰা ৫ আগষ্টলৈ জিলাখনৰ প্ৰতিটো স্বাস্থ্য কেন্দ্ৰলৈ চিকিৎসাৰ বাবে অহা ৰোগীসকলক হেপাটাইটিছ ৰোগৰ পৰীক্ষা কৰাৰ লগতে তেওঁলোকৰ মাজত এই ৰোগ সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হ'ব। জিলাখনত বৰ্তমানলৈকে চাৰিগৰাকী হেপাটাইটিছ ৰোগীক চিনা...

July 28, 2024 12:17 PM

views 26

ITS TIME FOR ACTION- বাণীৰে বিশ্ব হেপাটাইটিছ দিৱস পালন

যকৃতৰ প্ৰদাহ হেপাটাইটিছ ৰোগত প্ৰতি বছৰে বহু নিযুত লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যু মুখত পৰে। বিশ্ব স্বাস্থ্য সংস্থাই বিশ্বত সৰ্বসাধাৰণৰ ৰাইজক হেপাটাইটিছ ৰোগটোৰ প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰা, সংক্ৰমণৰ লগে লগে চিনাক্ত কৰা আৰু চিকিৎসাৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে আজিৰ দিনটোতে বিশ্ব হেপাটাইটিছ দিৱস পালন কৰা হয়। ভাইৰেল সংক্ৰমণৰ ফলত হোৱা এই ৰোগবিধ মূলতঃ এ, বি, চি, ডি আৰু ই এই পাঁচ প্ৰকাৰৰ হোৱা দেখা যায়। অসুৰক্ষিত বেজী আৰু নিড’লৰ পুনৰ ব্যৱহাৰ, নিচাযুক্ত দ্ৰব্য গ্ৰহণৰ বাবে বহুজনৰ মাজত একেটা বেজী...