April 7, 2024 8:29 PM
29
স্বাস্থ্যৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিশ্ব স্বাস্থ্য দিৱস পালন
স্বাস্থ্যৰ প্ৰতি সমগ্ৰ বিশ্বত সজাগতাৰ সৃষ্টি কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ৭ এপ্ৰিলৰ দিনটোত বিশ্ব স্বাস্থ্য দিৱস হিচাপে পালন কৰা হয়। বিশ্ব স্বাস্থ্য সংস্থাই এইবেলি মোৰ স্বাস্থ্য মোৰ অধিকাৰ এই দিৱসৰ মূল বিষয়বস্তু হিচাপে থিৰাং কৰিছে। অত্যৱশ্যকীয় স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত বিশ্বৰ মুঠ জনসংখ্যাৰ আধাতকৈও অধিক অর্থাৎ ৪৫০ কোটি লোকলৈ স্বাস্থ্য সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে এই বিষয়বস্তু বাছনি কৰা হৈছে। আকাশবাণীৰ সৈতে হোৱা কথা-বতৰাত নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানৰ অধ্যাপক ডাঃ ৰীমা দাদাই কয় ...