August 7, 2025 12:25 PM

views 37

বিশ্ব গেমছ ২০২৫ ত অংশগ্ৰহণ কৰিবলৈ সাজু ভাৰতৰ ১৮ জনীয়া দলটো

চীনৰ চেংডুত আজিৰে পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ’বলগীয়া বিশ্ব গেমছ ২০২৫ত অংশগ্ৰহণ কৰিবলৈ ভাৰতৰ ১৮ জনীয়া দলটো সাজু হৈছে। ১৯৮১ চনৰ পৰা প্ৰতি চাৰি বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা বিশ্ব গেমছত অলিম্পিকত অন্তৰ্ভূক্ত নোহোৱা ক্ৰীড়াসমূহ অন্তৰ্ভুক্ত কৰা হয়। এইবাৰৰ সংস্কৰণত ৩৪ বিধ খেলৰ ৬০টা ইভেণ্টত ২৫৩টা পদকৰ বাবে প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ভাৰতে ১৯৮১ চনৰ উদ্বোধনী সংস্কৰণৰ পৰাই বিশ্ব গেমছত অংশগ্ৰহণ কৰি বৰ্তমানলৈকে মুঠ ৫টা পদক লাভ কৰিছে। য’ত এটা সোন, এটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদক আছে। দেশৰ একমাত্ৰ সোণৰ পদকটো ২০১৩ ...