August 11, 2025 9:23 PM

views 22

চীনৰ ছেংদুত অনুষ্ঠিত বিশ্ব গেমছত ভাৰতৰ মহিলা উশ্বু খেলুৱৈ নম্রতা বাট্টা ফাইনেল

চীনৰ ছেংদুত অনুষ্ঠিত বিশ্ব গেমছ ২০২৫ত ভাৰতৰ মহিলা উশ্বু খেলুৱৈ নম্রতা বাট্টাই ৫২ কিলোগ্রাম শাখাৰ ফাইনেলত প্ৰৱেশ কৰি ইতিহাস ৰচনা কৰিছে। নম্ৰতাই ফিলিপিনছৰ ক্ৰিজান ফেইথ কোল্লাদ'ক ২-০ ফলাফলত পৰাস্ত কৰি বিশ্ব গেমছৰ উশ্বুত ভাৰতৰ বাবে পোনপ্ৰথমটো পদক নিশ্চিত কৰে। এই জয়ৰ লগে লগে নম্রতাই ৰূপৰ পদক লাভ কৰাটো খাটাং হ'ল আৰু কাইলৈ অনুষ্ঠিত হ'বলগীয়া ফাইনেলত নম্ৰতাই সোণৰ পদকৰ বাবে প্রতিদ্বন্দ্বিতা কৰিব। ফাইনেলত ভাৰতীয় খেলুৱৈগৰাকীয়ে চীনৰ মেংগুৱি চেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইয়াৰ পূৰ্বে ভাৰতৰ ঋষভ যাদৱে পুৰুষৰ আ...