September 23, 2025 8:39 PM
23
অহা ২৫ৰ পৰা ২৮ ছেপ্তেম্বৰলৈ বিশ্ব খাদ্য সন্মিলন ভাৰত পৰ্ব – ২০২৫ৰ চতুৰ্থ সংস্কৰণ
নতুন দিল্লীৰ ভাৰত মণ্ডপমত অহা ২৫ৰ পৰা ২৮ ছেপ্তেম্বৰলৈ বিশ্ব খাদ্য সন্মিলন ভাৰত পৰ্ব - ২০২৫ৰ চতুৰ্থ সংস্কৰণৰ আয়োজন কৰা হৈছে। খাদ্য প্ৰসংস্কৰণ ক্ষেত্ৰত বিনিয়োগ বৃদ্ধি তথা ভাৰতৰ অতিকৈ সমৃদ্ধ খাদ্য সংস্কৃতিৰ সৈতে বিশ্ববাসীক পৰিচয় কৰোৱাৰ লক্ষ্যৰে এই খাদ্য সন্মিলনৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অহা বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে এইবাৰৰ খাদ্য সন্মিলন মুকলি কৰিব। খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰী চিৰাগ পাছোৱানে আজি নতুন দিল্লীত আয়োজিত এখন সংবাদমেলত এই কথা সদৰী কৰে। তেওঁ কয়, যে বিশ্ব খা...