September 22, 2024 7:22 PM

views 21

World Food India 2024 সন্মিলনৰ সামৰণি

নতুন দিল্লীৰ ভাৰত মণ্ডপমত যোৱা ১৯ চেপ্তেম্বৰৰ পৰা ৪ দিনীয়াকৈ অনুষ্ঠিত ৱৰ্ল্ড ফুড ইণ্ডিয়া ২০২৪ ৰ আজি সামৰণি পৰে। এই কাৰ্যসূচীত ৪০ খন সত্ৰ অনুষ্ঠিত হয়। অনুষ্ঠানসমূহত বিভিন্ন ৰাজ্যৰ সংশ্লিষ্ট বিভাগ আৰু কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰালয় তথা সংস্থাসমূহৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত এহেজাৰ ৫৫৭ গৰাকী প্ৰদৰ্শনকাৰীয়ে বিভিন্ন উদ্ভাৱন প্ৰদৰ্শন কৰে। কাৰ্যসূচীত ২০ খন দেশৰ পেভেলিয়ন মুকলি কৰা হয়। ১০৮ খন ৰাষ্ট্ৰৰ ৮০৯ গৰাকী ক্রেতা আৰু ২ হেজাৰ ৩৯০গৰাকী বিদেশী প্রতিনিধিয়ে এই অনুষ্ঠানত অংশ লয়। উল্লেখয...