September 19, 2024 12:16 PM September 19, 2024 12:16 PM

views 5

আজিৰে পৰা ৱৰ্ল্ড ফুড ইণ্ডিয়া ২০২৪ শীৰ্ষক অনুষ্ঠান আৰম্ভ

নতুন দিল্লীত আজিৰে পৰা ৱৰ্ল্ড ফুড ইণ্ডিয়া ২০২৪ শীৰ্ষক চাৰিদিনীয়া এক বৃহৎ অনুষ্ঠান আৰম্ভ হ'ব। খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰালয়ে জনোৱা অনুসৰি অনুষ্ঠানত ৯০খনতকৈও অধিক দেশ, ২৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপৰি ১৮টা মন্ত্ৰালয়ে অংশগ্রহণ কৰিব। অনুষ্ঠানত জাপানে অংশীদাৰ দেশ তথা ভিয়েটনাম আৰু ইৰাণে বিশেষ গুৰুত্বৰ দেশ হিচাপে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত খাদ্য প্ৰসংস্কৰণ খণ্ডৰ উদ্ভাৱন, প্রযুক্তি আৰু বহনক্ষমতাৰ প্ৰতিফলন পৰিলক্ষিত হ'ব। খাদ্য প্ৰসংস্কৰণ ক্ষেত্ৰত ভাৰতক বিশ্ব শক্তিকেন্দ্র হিচাপে গঢ় দ...