March 27, 2025 8:23 PM

views 16

বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বিশ্ব নাট্য দিৱস পালন

আজি বিশ্ব নাট্য দিৱস। ১৯৬১ চনত আজিৰ দিনটোৰ পৰা আন্তঃৰাষ্ট্ৰীয় নাট্য প্রতিষ্ঠানে ইউনেস্কোৰ সহযোগত নাট্যকলা আৰু সৃজনীশীলতাক উদযাপনৰ বাবে এই দিৱস পালনৰ সিদ্ধান্ত লোৱা হৈছিল। বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি বিশ্ব নাট্য দিৱস উপলক্ষে বিভিন্ন নাট্যনুষ্ঠানৰ আয়োজন কৰা হৈছে। দিৱস উপলক্ষে সমাহাৰ নাট্য গোষ্ঠীয়ে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত ড° সীতানাথ লহকৰ ৰচিত আৰু পৰিচালিত ‘ন্যায়’ নামৰ নাটকখন মঞ্চস্থ কৰিছে। বিশিষ্ট লেখক তথা গুৱাহাটী বিশ্ববি...