November 20, 2025 7:47 PM

views 31

আজি বিশ্ব শিশু দিৱস

আজি বিশ্ব শিশু দিৱস। এই দিৱসৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰে বিশ্বজুৰি গ' ব্লু শীৰ্ষক প্ৰচাৰ অভিযান চলোৱা হয়। আজিৰ এই বিশেষ দিনটোত বিশ্বৰ বিখ্যাত স্থান অথবা স্মাৰকসমূহ নীলা আলোকসজ্জাৰে সজাই-পৰাই শিশুৰ অধিকাৰ সুৰক্ষাৰ দিশটো নিশ্চিত কৰাৰ বাবে প্ৰতিকী ৰূপত সহমর্মিতা প্ৰকাশ কৰা হয়। এই অভিযানৰ প্ৰতি সঁহাৰি জনাই গুৱাহাটীৰ উলুবাৰীত থকা আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ উপৰি গুৱাহাটী আৰক্ষী আয়ুক্তালয়, ৰাজ্যৰ সকলো জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় আৰু আৰক্ষী থানাসমূহ নীলা আলোকেৰে উজলাই তোলা হয়। উল্লেখযোগ্য যে শি...