January 4, 2025 5:51 PM

views 35

আজি বিশ্ব ব্রেইল দিৱস

আজি বিশ্ব ব্রেইল দিৱস। দৃষ্টিহীন আৰু আংশিকভাৱে দৃষ্টি বাধাগ্রস্ত লোকৰ যোগাযোগৰ মাধ্যম হিচাপে ব্ৰেইলৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে প্ৰতিবছৰে এই দিৱস পালন কৰা হয়। ২০১৮ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ব্ৰেইল ব্যৱস্থাৰ জনক লুই ব্ৰেইলৰ জন্ম দিনত ৪ জানুৱাৰী দিনটো বিশ্ব ব্রেইল দিৱস হিচাপে ঘোষণা কৰাৰ সিদ্ধান্ত লয়। ব্রেইল হৈছে প্ৰতিটো আখৰ আৰু সংখ্যাক প্ৰতিনিধিত্ব কৰিবলৈ ৬টা বিন্দু ব্যৱহাৰ কৰি বৰ্ণানুক্রমিক আৰু সংখ্যাগত চিহ্নৰ স্পৰ্শ উপস্থাপন যিয়ে সংগীত, গাণিতিক আৰু ৫ বৈজ্ঞানিক চিহ্নসমূহ অন্তর্ভু...