January 15, 2026 8:35 PM

views 24

অসমৰ তিনিটা প্রকল্পত বিশ্ব বেংকৰ অনুমোদন

বিশ্ব বেংকে ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাৰ উন্নয়ন, সকলো বতৰৰ অনুকূল আন্তঃগাঁথনি নির্মাণ আৰু সেৱা প্ৰদান প্ৰক্ৰিয়া সুচল কৰি তোলাৰ লগতে ৪০ লাখ শিক্ষার্থীৰ দক্ষতা বিকাশৰ উদ্দেশ্যে তিনিটা প্রকল্পত অনুমোদন জনাইছে। ভাৰতৰ বাবে থকা বিশ্ব বেংকৰ কাৰ্যবাহী সঞ্চালক প'ল প্রছিয়ে প্রকাশ কৰা মতে ৩৫ কোটি ডলাৰেৰে ৰূপায়ণ কৰিবলগীয়া অসম দুর্যোগ অনুকূল পথ উন্নয়ন প্রকল্পই বিশেষকৈ পাহাৰীয়া ঠাইসমূহত সকলো বতৰৰ বাবে অনুকূল পথ নির্মাণত সহায় কৰিব আৰু জনজাতীয় তথা গ্রামাঞ্চলৰ যাত্ৰীসকলৰ যাত্ৰাৰ সময় ৰাহি কৰাত সহায় কৰিব। এই প্রকল্পই ...