May 4, 2025 8:47 PM

views 26

ভাৰতৰ নেতৃত্বত বিশ্ব বেংক ভূমি সন্মিলন ২০২৫ত কৃষি সংস্কাৰ সম্পৰ্কীয় বিশ্বব্যাপী আলোচনা

ভাৰতে বিশ্ব বেংক ভূমি সন্মিলন ২০২৫ত কৃষি সংস্কাৰ সম্পৰ্কীয় বিশ্বব্যাপী আলোচনাৰ নেতৃত্ব দিবলৈ আগবাঢ়িছে। উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডিচিত অৱস্থিত বিশ্ব বেংকৰ মুখ্য কাৰ্যালয়ত ৫ মে'ৰ পৰা ৮ মে'লৈ এই সন্মিলন অনুষ্ঠিত হ'ব। ভাৰতৰ পঞ্চায়তী ৰাজ বিভাগৰ সচিব বিবেক ভৰদ্বাজৰ নেতৃত্বত এটা উচ্চ পৰ্যায়ৰ দলে এই সন্মিলনত অংশগ্রহণ কৰিব। সন্মিলনত ভাৰতৰ দলটোৱে SVAMITVA (স্বামীত্ব) আঁচনি আৰু গ্ৰাম মানচিত্র মঞ্চ বিশ্বৰ সন্মুখত দাঙি ধৰিব। এই বৰ্ষৰ বিশ্ববেংক ভুমি সন্মিলনৰ মূল বিষয়বস্তু হৈছে “Sec...