January 9, 2026 8:09 PM January 9, 2026 8:09 PM

views 4

চোৰাং কাঠ সৰবৰাহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ধুবুৰী বন বিভাগৰ

ধুবুৰী বন বিভাগে চোৰাং কাঠ সৰবৰাহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। ধুবুৰী জিলাৰ ভাৰত- বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলত বন বিভাগে অভিযান চলাই চোৰাং কাঠ সৰবৰাহৰ বিৰুদ্ধে সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। জিলাখনৰ বন বিভাগে ২০২৫ বিত্তীয় বৰ্ষত অবৈধ বনজ সম্পদ সুৰক্ষা আৰু চোৰাং কাঠ সৰবৰাহ ৰোধ কৰিবলৈ বহুকেইটা অভিযান চলাইছিল। এই অভিযানত বন সুৰক্ষা বাহিনীয়ে বিভিন্ন অস্ত্ৰ-শস্ত্ৰ, যান-বাহনৰ লগতে ৬ টা পাম্প মেচিন, ২৪ টা অবৈধ কাঠফলা মিল আৰু ২২৬ দশমিক ২-৮-৯ ঘনমিটাৰ কাঠ জব্দ কৰে। লগতে বিভাগটোৱে অভিযান চলাই ২৬ দ...