May 25, 2024 5:50 PM May 25, 2024 5:50 PM

views 15

মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টনৰ মহিলাৰ ছিংগলছৰ ছেমিফাইনেলত অৱতীৰ্ণ ভাৰতীয় তাৰকা শ্বাটলাৰ পি ভি সিন্ধু

ভাৰতীয় তাৰকা শ্বাটলাৰ পি ভি সিন্ধুৱে আজি কোৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছ শাখাৰ ছেমিফাইনেলত থাইলেণ্ডৰ বুছানন অংবামৰাংফানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। সিন্ধুৱে কালি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত চীনৰ হান য়ুক পৰাস্ত কৰে। আন এখন কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ অস্মিতা চলিহা চীনৰ ঝেং য়ি মেনৰ হাতত পৰাজিত হৈছিল।