March 1, 2025 12:20 PM

views 28

মহিলা প্ৰিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাত মুম্বাই ইণ্ডিয়ানছক ৯ উইকেটত পৰাস্ত ডেলহী কেপিটেলছৰ

মহিলা প্ৰিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ কালি অনুষ্ঠিত এখন খেলত ডেলহী কেপিটেলছে মুম্বাই ইণ্ডিয়ানছক ৯ উইকেটত পৰাস্ত কৰে। বেংগালুৰুৰ এন চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ডেলহী কেপিটেলছে ১২৪ ৰানৰ বিজয় লক্ষ্যৰে খেলি হাতত ৯টা উইকেট আৰু ৩৩টা বল বাকী থকা অৱস্থাত বিজয় সাব্যস্ত কৰে। ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰি মুম্বাই ইণ্ডিয়ানছে নির্ধাৰিত ২০ অভাৰত ৯টা উইকেটৰ বিনিময়ত ১২৩ ৰান সংগ্ৰহ কৰে। ডেলহী কেপিটেলছৰ অধিনায়ক মেগ লেনিঙে ৪৯টা বলত অপৰাজিত ৬০ ৰানৰ বৰঙণি আগবঢ়ায়। দলটোৰ শ্বেফালী বার্মাই ৪৩ ৰান ...