January 10, 2025 8:37 PM
মহিলাৰ এদিনীয়া ক্রিকেট শৃংখলাত আয়াৰলেণ্ডক ৬ উইকেটত পৰাস্ত ভাৰতৰ
ৰাজকোটৰ সৌৰাষ্ট্ৰ ক্ৰিকেট এছ’চিয়েচন ষ্টেডিয়ামত আয়াৰলেণ্ডৰ বিৰুদ্ধে মহিলাৰ এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত আজি ভাৰতে আয়াৰলেণ্ডক ৬ উইকেটত পৰাস্ত কৰে। ভাৰতে ২৩৯ ৰানৰ বিজয় লক্...