October 28, 2024 11:38 AM

views 13

আহমেদাবাদত অনুষ্ঠিত মহিলা ক্ৰিকেটৰ দ্বিতীয়খন খেলত ভাৰতক ৭৬ ৰানত পৰাস্ত নিউজিলেণ্ডৰ

মহিলা ক্ৰিকেটত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত আহমেদাবাদত অনুষ্ঠিত দ্বিতীয়খন আন্তঃৰাষ্ট্ৰীয় খেলত নিউজিলেণ্ডে ভাৰতক ৭৬ ৰানত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰি নিউজিলেণ্ডে নির্ধাৰিত ৫০ অভাৰত ৯টা উইকেট হেৰুৱাই ২৫৯ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতীয় দলটোৱে ৪৭ অভাৰ এটা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৮৩ ৰানহে কৰিবলৈ সমৰ্থ হয়। নিউজিলেণ্ডৰ হৈ ছ'ফি ডিৱাইনে সৰ্বাধিক ৭৯ ৰানৰ বৰঙণি আগবঢ়ায়। উল্লেখযোগ্য যে দল দুটাৰ মাজত চলি থকা তিনিখনীয়া শৃংখলাৰ বৃহস্পতিবাৰে অনুষ্ঠিত প্ৰথমখন খেলত ভাৰতে নিউজিলেণ্ডক ৫৯ ৰানত পৰাস...