December 27, 2025 12:32 PM December 27, 2025 12:32 PM

views 2

শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ টি-২০ শৃংখলা দখল

ক্রমাগত তৃতীয়খন খেলতো জয়লাভ কৰি ভাৰতৰ মহিলা ক্রিকেট দলে শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ শৃংখলা দখল কৰাটো সুনিশ্চিত কৰিছে। পাঁচখনীয়া শৃংখলাৰ কালি তিৰুৱনন্তপুৰমৰ গ্ৰীণফিল্ড ইণ্টাৰনেচনেল ষ্টেডিয়ামত অনুষ্ঠিত তৃতীয় খেলখনত ভাৰতে ৮ উইকেটত জয়লাভ কৰে। ইয়াৰ পূৰ্বৰ খেল দুখনত ভাৰত ক্ৰমে ৮ আৰু ৭ উইকেটত জয়ী হৈছিল। কালি প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ লাভ কৰা শ্ৰীলংকাই নিৰ্ধাৰিত ২০ অভাৰত ৭ উইকেট হেৰুৱাই ১১২ ৰান কৰে। প্ৰত্যুত্তৰত ছেফালী বাৰ্মাৰ ৪২টা বলত কৰা ৭৯ ৰানৰ বেটিং পৰাক্ৰমৰ সহায়ত ১৩ অভাৰত আৰু দুটা বলত দুটা...