December 23, 2025 11:36 AM

views 24

ৰাজ্যজুৰি আয়োজন কৰা ‘গাৰ্লছ ফৰ গ’ল্‌ছ’ আদিবাসী মহিলা ফুটবল চেম্পিয়নশ্বিপত ডিব্ৰুগড়ৰ জামিৰা চাহ বাগিচা মহিলা ফুটবল ক্লাব চেম্পিয়ন

ৰাজ্যজুৰি আয়োজন কৰা গাৰ্লছ ফৰ গ’ল্‌ছ শীৰ্ষক আদিবাসী মহিলা ফুটবল চেম্পিয়নশ্বিপত ডিব্ৰুগড়ৰ জামিৰা চাহ বাগিচা মহিলা ফুটবল ক্লাবে চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে। কালি কঠালগুৰি চাহ বাগিচাত অনুষ্ঠিত চূড়ান্ত খেলত দলটোৱে যোৰহাটৰ খৰিকটীয়া য়ুথ ক্লাবক ২-১ গ’লত পৰাস্ত কৰে। উল্লেখযোগ্য যে ৰাজ্যৰ ১৬ খন জিলাৰ ৬০ টা ফুটবল দলে অংশ লোৱা এই প্ৰতিযোগিতাত যোৰহাটৰ খৰিকটীয়া য়ুথ ক্লাবৰ ববিতা প্রাচীক চূড়ান্ত খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বাছনি কৰা হয়। আনহাতে বিজয়ী দলৰ সোণমণি মুণ্ডাই সমগ্ৰ প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ ...