January 6, 2025 7:27 PM

views 19

আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া শৃংখলাৰ বাবে ভাৰতৰ ১৫জনীয়া মহিলা ক্রিকেট দল ঘোষণা

অহা ১০ জানুৱাৰীৰ পৰা আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া তিনিখনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্রিকেট শৃংখলাৰ বাবে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ বোর্ড-বিচিচিআইয়ে ১৫ জনীয়া ভাৰতীয় মহিলা ক্রিকেট দলটো ঘোষণা কৰিছে। অধিনায়ক হৰমন প্রীত কৌৰ আৰু প্ৰধান পেচ ব'লাৰ ৰেণুকা সিঙক এই শৃংখলাত জিৰণি দিয়া হৈছে। তাৰ পৰিৱৰ্তে স্মৃতি মান্ধানাক দলটোৰ অধিনায়ক আৰু দিপ্তী শৰ্মাক সহ-অধিনায়কৰ দায়িত্ব প্ৰদান কৰা হৈছে। উইকেট ৰক্ষক হিচাপে ৰিছা ঘোষ আৰু অসমৰ উমা চেত্ৰীক দলত অন্তৰ্ভুক্ত কৰা হৈছে। দলটোৰ আন সদস্যসকল হৈছে প্ৰতীকা ...