May 28, 2024 7:32 PM May 28, 2024 7:32 PM

views 13

আজি আন্তঃৰাষ্ট্ৰীয় ঋতুস্রাৱ পৰিস্কাৰ-পৰিচ্ছন্নতা দিৱস

আজি আন্তঃৰাষ্ট্ৰীয় ঋতুস্রাৱ পৰিস্কাৰ-পৰিচ্ছন্নতা দিৱস। মহিলাসকলক নিৰাপদ ঋতুস্ৰাৱৰ উপকাৰিতাৰ বিষয়ে জনাবলৈ তথা এই সন্দৰ্ভত সজাগতা সৃষ্টি আৰু এই বিষয়ে মুকলিকৈ কথা পাতিবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ২৮ মে’ৰ দিনটো সমগ্ৰ বিশ্বতে ঋতুস্ৰাৱ পৰিস্কাৰ-পৰিচ্ছন্নতা দিৱস হিচাপে পালন কৰি অহা হৈছে। দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো আজি এই দিৱস উপলক্ষে বিভিন্ন সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গোলাঘাট জিলাৰ ৪ খনকৈ চাহ বাগিচাত যোৱা ২৬ মে'ৰ পৰা তিনি দিনীয়াকৈ মহিলাৰ স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু সজাগতা শিবিৰ...