December 20, 2024 12:12 PM December 20, 2024 12:12 PM

views 9

ভাৰতৰ ৰিছা ঘোষৰ মহিলা টি-২০ বিশ্বকাপত দ্ৰুততম অর্ধশতৰান সংগ্ৰহৰ নতুন বিশ্ব অভিলেখ

ভাৰতৰ ৰিছা ঘোষে মহিলা টি-২০ বিশ্বকাপত দ্ৰুততম অর্ধশতৰান সংগ্ৰহৰ নতুন বিশ্ব অভিলেখ স্থাপন কৰিছে। যোৱা নিশা মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত মহিলাৰ টি-টুৱেণ্টি শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত ৰিছা ঘোষে ১৮টা বলত অর্ধশতৰান সংগ্ৰহ কৰে। কালিৰ খেলখনত ভাৰতে ৱেষ্টইণ্ডিজক ৬০ ৰানৰ ব্যৱধানত পৰাস্ত কৰি ২-১ ফলাফলেৰে শৃংখলা দখল কৰে। কালিৰ খেলখনত প্ৰথমে বেট ধৰি ভাৰতীয় দলটোৱে চাৰিটা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত ২০ অভাৰত ২১৭ ৰান সংগ্ৰহ কৰে। খেলখনত স্মৃতি মান্ধানাই ৪৭টা বলত ৭৭ ৰান আ...