ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 2, 2024 8:31 PM

view-eye 4

ছিলেটত অনুষ্ঠিত মহিলা টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেলত বাংলাদেশক ৭ উইকেটত পৰাস্ত ভাৰতৰ

ভাৰতীয় মহিলা ক্রিকেট দলে আজি ছিলেটত অনুষ্ঠিত পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেলত ঘৰুৱা দল বাংলাদেশক ৭ উইকেটত পৰাস্ত কৰি শৃংখলাত ৩-০ ফলাফলেৰে অপ্ৰতিৰোধ্য অগ্রগতি লাভ কৰে। ভাৰত...