January 15, 2025 7:50 PM January 15, 2025 7:50 PM
7
তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ অন্তিমখন খেলত আয়ৰলেণ্ডক ৩০৪ ৰাণত পৰাস্ত কৰি ভাৰতীয় মহিলা ক্রিকেট দলৰ শৃংখলা দখল
ভাৰতীয় মহিলা ক্রিকেট দলে আজি গুজৰাটৰ ৰাজকোটত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত আয়ৰলেণ্ডক ৩০৪ ৰাণত পৰাস্ত কৰি ৩-০ৰ ফলাফলেৰে শৃংখলা দখল কৰে। খেলখনত ভাৰতে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ৫০ অভাৰত ৪৩৫ ৰাণ কৰি ইতিহাস ৰচনা কৰে। এয়া এদিনীয়া ক্ৰিকেটত ভাৰতীয় মহিলা দলৰ সৰ্বাধিক আৰু মহিলা ক্রিকেটৰ ইতিহাসত চতুর্থ সর্বাধিক। খেলখনত ভাতৰত হৈ অ'পেনাৰ স্মৃতি মান্ধানাই ৮০টা বলত ১৩৫ ৰাণ আৰু প্ৰতীকা ৰাৱালে ১২৯টা বলত ১৫৪ ৰাণ কৰে। মান্ধানা আৰু প্ৰতীকাৰ অ'পেনিং ...