December 30, 2025 10:47 AM

views 20

বিগত তিনি-চাৰিদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰী শীতৰ কবলত

বিগত তিনি-চাৰিদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰী শীতৰ কবলত পৰিছে। কালি গোটেই দিনটো ঘন কুঁৱলীয়ে মহানগৰীৰ চৌপাশ আৱৰি ৰখাৰ ফলত দৃশ্যমানতা হ্রাস পায়। বৰঝাৰৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰই জনোৱা মতে গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ সৰ্বনিম্ন তাপমাত্ৰাৰ বিশেষ সাল-সলনি ঘটা নাই যদিও সর্বোচ্চ তাপমাত্রা দুদিনৰ ভিতৰত কমেও ৬ ডিগ্রী হ্রাস পাইছে। তদুপৰি যোৱা দুদিনত অঞ্চলটোত বেলিৰ পোহৰ যথেষ্ট কম হোৱাৰ বাবে জনসাধাৰণে শীতৰ প্রকোপ বাড়া যেন অনুভব কৰিছে। কালি গুৱাহাটীৰ সর্বোচ্চ তাপমাত্রা ১৮ দশমিক ৫ ড...