March 18, 2025 1:01 PM March 18, 2025 1:01 PM

views 4

বিশ্ব শীতকালীন ক্রীড়া প্রতিযোগিতাত অংশগ্ৰহণ কৰা ভাৰতীয় দলটোক সাক্ষাৎ ৰক্ষা খাড়ছেৰ

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ৰাজ্য মন্ত্ৰী ৰক্ষা খাড়ছেই ইটালীৰ টুৰীনত অনুষ্ঠিত বিশেষ অলিম্পিকছ বিশ্ব শীতকালীন ক্রীড়া প্রতিযোগিতাত অংশগ্ৰহণ কৰা ভাৰতীয় দলটোক কালি সাক্ষাৎ কৰে। প্ৰতিযোগিতাত অংশ লৈ ৮টা সোণ, ১৮টা ৰূপ আৰু ৭টা ব্ৰঞ্জসহ মুঠ ৩৩টা পদক অৰ্জন কৰা ভাৰতীয় দলৰ খেলুৱৈসকলক মন্ত্ৰীগৰাকীয়ে অভিনন্দন জনায়। নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে এই পদকসমূহে খেলুৱৈসকলৰ খেলৰ প্ৰতি থকা অগ্ৰহ, পৰিশ্ৰম আৰু দৃঢ়তাৰ পৰিচয় দিয়ে। ৮ বছৰৰ দীৰ্ঘ বিৰতিৰ মূৰত অনুষ্ঠি...