May 24, 2024 8:26 PM

views 25

চলিত বৰ্ষৰ বৰ্তমানলৈকে ২৬২ লাখ মেট্রিক টন ঘেঁহু ক্ৰয়

দেশৰ বিভিন্ন অংশত ২০২৪-২৫ ৰবি বিপণন বৰ্ষৰ বাবে ঘেঁহু ক্ৰয়ৰ প্ৰক্ৰিয়া সুচাৰুৰূপে চলি আছে। যোৱাবছৰৰ ২৬২.০২ লাখ মেট্রিকটনৰ তুলনাত চলিত বৰ্ষৰ বৰ্তমানলৈকে ২৬২ লাখ মেট্রিকটন ঘেঁহু ক্ৰয় কৰা হৈছে। গ্রাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰ্যালয়ে কৈছে যে ঘেঁহুৰ ন্যূনতম সমৰ্থন মূল্যৰ বাবদ খেতিয়কসকলক ৫৯ হাজাৰ ৭১৫ কোটি টকা প্ৰদান কৰা হৈছে আৰু ইয়াৰ পৰা ৰবি বিপণন বৰ্ষত ২২ লাখ ৩১ হাজাৰ খেতিয়ক উপকৃত হৈছে। অধিকাংশ ঘেঁহু পাঞ্জাৱ, হাৰিয়ানা, মধ্য প্ৰদেশ, ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ পৰা ক্ৰয় কৰা হৈছে। চ...