May 28, 2024 1:15 PM May 28, 2024 1:15 PM
10
ভাৰতে ক’ভিড-১৯ মহামাৰীৰ সময়ত সমগ্ৰ বিশ্বক সহায় কৰি এখন বিশ্ব, এটা পৰিয়ালৰ ধাৰণা সাকাৰ ৰূপ দিছে বুলি অপূর্ব চন্দ্ৰাৰ প্ৰকাশ
কেন্দ্রীয় স্বাস্থ্য সচিব অপূর্ব চন্দ্ৰাই কৈছে যে, ভাৰতৰ প্ৰধান প্ৰমূল্য আৰু বসুধৈৱ কুটুম্বকম অৱধাৰণা, বিশ্ব স্বাস্থ্য সভা- WHAৰ বিষয়বস্তু স্বাস্থ্যৰ বাবে সকলো, সকলোৰে বাবে স্বাস্থ্যৰ অনুৰূপ। ছুইজাৰলেণ্ডৰ জেনেভাত অনুষ্ঠিত বিশ্ব স্বাস্থ্য সভাৰ কমিটি-Aক সম্বোধন কৰি শ্ৰীচন্দ্ৰাই কয় যে, ভাৰতে ক’ভিড-১৯ মহামাৰীৰ সময়ত সমগ্ৰ বিশ্বক সহায় কৰি এখন বিশ্ব, এটা পৰিয়ালৰ ধাৰণা সাকাৰ ৰূপ দিছে। - বিশ্ব স্বাস্থ্য সভা- WHAত তিনিখন মূল কমিটিৰ সত্ৰ আছে আৰু সেইসমূহ হৈছে – পূৰ্ণাংগ, কমিটি-A আৰু কমিটি-B। স্বাস্থ্য ...