May 2, 2024 12:13 PM May 2, 2024 12:13 PM
3
থমাছ কাপ বেডমিণ্টন প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ত ভাৰতীয় পুৰুষ দল ইণ্ডোনেছিয়াৰ বিৰুদ্ধে ১-৪ ব্যৱধানত পৰাস্ত
◊ ভাৰতীয় পুৰুষ দলটো কালি চীনৰ চেংডুত অনুষ্ঠিত থমাছ কাপ বেডমিণ্টন প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ত ইণ্ডোনেছিয়াৰ বিৰুদ্ধে ১-৪ ব্যৱধানত পৰাস্ত হয়। ভাৰতীয় দলটোৱে ইতিমধ্যে গ্রুপ পর্যায়ত ইংলেণ্ড আৰু থাইলেণ্ডৰ বিৰুদ্ধে জয়েৰে কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে যদিও ইন্দোনেছিয়া হাতত পৰাজিত হৈ গ্ৰুপৰ শীৰ্ষ স্থানৰ পৰা অৱনমিত হৈছে। কালি প্ৰথমখন খেলত ভাৰতৰ এইচ এছ প্রণয়ে এন্থনী চিনিচুকা গিণ্টিংক ১৩-২১, ২১-১২, ২১–১২ গে’মত পৰাস্ত কৰি দেশক ১-০ অগ্রগতি প্ৰদান কৰে। অৱশ্যে ডাবল্ছত সাত্বিক চাইৰাজ ৰণকিৰেড্ডী ...