May 4, 2025 8:51 PM
ৱেভচ সন্মিলনত ভাগ লোৱা প্ৰতিগৰাকী অংশগ্ৰহণকাৰীকে ভৱিষ্যতৰ একোগৰাকী তাৰকা বুলি সচিব সঞ্জয় যাজুৰ অভিহিত
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব সঞ্জয় যাজুয়ে ৱেভচ সন্মিলনত ভাগ লোৱা প্ৰতিগৰাকী অংশগ্ৰহণকাৰীকে ভৱিষ্যতৰ একোগৰাকী তাৰকা বুলি অভিহিত কৰিছে। মুম্বাইত চলি থকা ৱেভচ সন্মিলনৰ আজি এটা সা...