May 4, 2025 8:51 PM May 4, 2025 8:51 PM
8
ৱেভচ সন্মিলনত ভাগ লোৱা প্ৰতিগৰাকী অংশগ্ৰহণকাৰীকে ভৱিষ্যতৰ একোগৰাকী তাৰকা বুলি সচিব সঞ্জয় যাজুৰ অভিহিত
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব সঞ্জয় যাজুয়ে ৱেভচ সন্মিলনত ভাগ লোৱা প্ৰতিগৰাকী অংশগ্ৰহণকাৰীকে ভৱিষ্যতৰ একোগৰাকী তাৰকা বুলি অভিহিত কৰিছে। মুম্বাইত চলি থকা ৱেভচ সন্মিলনৰ আজি এটা সাংস্কৃতিক অনুষ্ঠানত ভাগ লৈ সচিব গৰাকীয়ে এই মন্তব্য কৰে। সন্মিলনৰ ক্রিয়েট ইন ইণ্ডিয়া শীর্ষক প্রতিযোগিতাত ভাগ লোৱা সংগীত শিল্পী সকলে তেওঁলোকৰ প্ৰদৰ্শনৰ যোগেদি ভাৰতবৰ্ষৰ গুৰুত্ব সুন্দৰভাৱে দাঙি ধৰিছে বুলি শ্ৰী যাজুৱে উল্লেখ কৰে। প্ৰতিযোগিতাৰ সংগীত বিভাগৰ বিভিন্ন প্রতিযোগিতাত বিজয়ীসকলক চৰকাৰৰ তৰফৰ পৰা বিদেশ ভ্ৰমণৰ স...