August 23, 2024 7:34 PM

views 15

চিকিৎসক ধৰ্ষণ আৰু হত্যাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা সঞ্জয় ৰায়ক ১৪ দিনৰ বাবে জেল হাজোতলৈ প্ৰেৰণ

কলকাতাৰ শিয়ালদাহৰ এখন আদালতে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা সঞ্জয় ৰায়ক ১৪ দিনৰ বাবে জেল হাজোতলৈ প্ৰেৰণ কৰিছে। ইয়াৰ পূৰ্বে কলকাতা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত ৰায়ক ১৪ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল। পাছত অভিযুক্তগৰাকীক চি বি আইৰ হাতত অৰ্পণ কৰা হৈছিল। ইপিনে, আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ বিত্তীয় অনিয়ম আৰু ভুল পৰিচালনাৰ গোচৰৰ তদন্তৰ দায়িত্ব চি বি আইক অর্পণ কৰা হৈছে। কলকাতা উচ্চ ন্যায়ালয়ে আজি চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ সন্দ...