April 16, 2024 7:49 PM

views 30

চৰকাৰে পশ্চিমবংগত জনজাতীয় লোকৰ বাবে ৮ খন নতুন স্কুল নিৰ্মাণ কৰিছে : প্ৰধানমন্ত্ৰী

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, তেওঁৰ চৰকাৰে পশ্চিমবংগত জনজাতীয় লোকৰ বাবে ৮ খন নতুন স্কুল নিৰ্মাণ কৰিছে। প্রধানমন্ত্ৰীয়ে লগতে তেওঁৰ চৰকাৰে জনজাতীয় গৌৰৱ দিৱস পালন কৰাৰ কথাও উল্লেখ কৰে। দেশৰ ৰাষ্ট্ৰপতি বৰ্তমান এগৰাকী আদিৱাসী মহিলা বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে দলিত আৰু জনজাতীয় মহিলাসকলৰ ওপৰত শাসনত থকা তৃণমূলক কংগ্ৰেছ চৰকাৰে শোষণ কৰা বুলি অভিযোগ কৰে। পশ্চিমবংগৰ বালুঘাট লোকসভা সমষ্টিত বিজয় সংকল্প যাত্ৰাৰ এখন বৈঠকত ভাষণ দি শ্রীমোদীয়ে আজি এইদৰে কয়। সমষ্টিটোৰ বিজেপ...