September 20, 2024 1:28 PM

views 19

পশ্চিমবংগৰ সকলো চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসকসকলে আজি কৰ্মবিৰতি প্ৰত্যাহাৰ কৰিব

পশ্চিমবংগৰ সকলো চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসকসকলে আজি কৰ্মবিৰতি প্ৰত্যাহাৰ কৰিব আৰু জৰুৰীকালীন কর্তব্যত যোগদান কৰিব। কালি সর্বসন্মতিক্রমে প্রতিবাদী চিকিৎসকমহলে এই সিদ্ধান্ত গ্ৰহণ কৰে। আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত কৰ্তব্যৰত অৱস্থাত এগৰাকী মহিলা চিকিৎসকক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰা ঘটনাৰ ন্যায়ৰ দাবীত এসপ্তাহতকৈ অধিক সময় ধৰি ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ স্বস্ত্য ভৱনৰ সন্মুখত কনিষ্ঠ চিকিৎসকসকলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছিল। চিকিৎসকসকলে স্পষ্ট কৰি দিয়ে যে জঘন্য অপৰাধৰ দোষীসকলে শাস্তি নোপ...