ডাউনলোড
মোবাইল এপ

android apple
signal

August 22, 2025 1:00 PM

পশ্চিমবংগই বিজেপিৰ উন্নয়ন কাৰ্যসূচীৰ বাবে দলটোলৈ আশাৰে বাট চাই আছেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

পশ্চিমবংগই বিজেপিৰ উন্নয়ন কাৰ্যসূচীৰ বাবে দলটোলৈ আশাৰে বাট চাই আছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমৰ এটা পোষ্ট যোগে কয়, যে দিন যোৱাৰ লগে লগ...