September 4, 2024 12:26 PM September 4, 2024 12:26 PM

views 5

পশ্চিমবংগ চৰকাৰে প্ৰদান কৰা সন্মান ঘূৰাই দিয়াৰ কথা ঘোষণা বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও আগশাৰীৰ ব্যক্তিৰ

পশ্চিমবংগৰ সাহিত্য, নাটক আৰু চলচ্চিত্ৰ জগতৰ কেইবাগৰাকীও আগশাৰীৰ ব্যক্তিয়ে আৰ জি কৰ চিকিৎসালয়ৰ ঘটনাক লৈ ৰাজ্য চৰকাৰে প্ৰদান কৰা সন্মান ঘূৰাই দিয়াৰ কথা ঘোষণা কৰিছে। সন্মান ঘূৰাই দিয়া ব্যক্তিসকলৰ ভিতৰত অভিনেতা সুদীপ্ত চক্ৰৱৰ্ত্তী, নাট্যকর্মী বিপ্লৱ বঙ্গোপধ্যায় আৰু প্ৰসিদ্ধ অভিনেতা চন্দন সেন আছে। সুদীপ্ত চক্ৰৱৰ্ত্তীয়ে তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিবলৈ পত্ৰ প্ৰেৰণ কৰি কৈছে যে, তেওঁ এই ঘটনাৰ প্রতিবাদকল্পে ২০১৩ চনৰ জুলাই মাহত মমতা বেনাৰ্জী চৰকাৰে প্ৰদান কৰা বিশেষ চলচ্চিত্ৰ পুৰস্কাৰ ঘূৰাই...