December 30, 2025 8:18 PM December 30, 2025 8:18 PM

views 2

পশ্চিমবংগ চৰকাৰে সীমান্তত কাঁইটীয়া বেৰ নিৰ্মাণৰ বাবে ভূমি আবণ্টন দিয়াৰ পৰিৱৰ্তে অনুপ্ৰৱেশকাৰীক ভূমি প্রদান কৰাত অগ্ৰাধিকাৰ দিয়া বুলি কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহৰ অভিযোগ

  পশ্চিমবংগ চৰকাৰে সীমান্তত কাঁইটীয়া বেৰ নিৰ্মাণৰ বাবে ভূমি আবণ্টন দিয়াৰ পৰিৱৰ্তে অনুপ্ৰৱেশকাৰীক ভূমি প্রদান কৰাত অগ্ৰাধিকাৰ দিয়া বুলি কেন্দ্রীয় গৃহ মন্ত্রী তথা জ্যেষ্ঠ বিজেপি নেতা অমিত শ্বাহে অভিযোগ তুলিছে। তেওঁ লগতে ধন কর্তন বলপূর্বক ধনদাবী আৰু সাম্প্রদায়িক তোষামোদৰ বাবে ৰাজ্যখনত উন্নয়ন প্রক্রিয়া স্থৱিৰ হোৱা বুলি দাবী কৰে। নেতাজী সুভাষ চন্দ্র বসুৰ ৮০ সংখ্যক বার্ষিকী উপলক্ষে ক'লকাতাত আজাদ হিন্দ বাহিনীৰ পতাকা উত্তোলন কৰি শ্ৰীশ্বাহে মহিলাৰ নিৰাপত্তা আৰু পশ্চিমবংগৰ পৰা ঔদ্যোগিক প্রব্রজনক লৈ উ...