April 19, 2025 8:15 PM
যোগীঘোপাত নির্মিয়মাণ আন্তঃৰাষ্ট্ৰীয় বহুমুখী মাল্টিমডেল লজিষ্টিক পার্ক পৰিদৰ্শন ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুকৰ
ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুকে আজি অসম ভ্ৰমণ কৰি ভাৰতমালা প্ৰকল্পৰ অধীনত যোগীঘোপাত নির্মিয়মাণ আন্তঃৰাষ্ট্ৰীয় বহুমুখী মাল্টিমডেল লজিষ্টিক পার্ক পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰী ...