January 21, 2026 11:58 AM

views 24

ডাব’ছত অনুষ্ঠিত বিশ্ব অর্থনৈতিক মঞ্চত ভাৰতৰ সুলভ মূল্যত সৌৰ শক্তি যোগান ধৰি লাভ কৰা সফলতাৰ বিষয়ে আলোকপাত

ডাব'ছত অনুষ্ঠিত বিশ্ব অর্থনৈতিক মঞ্চত আন্তঃৰাষ্ট্ৰীয় সৌৰজোঁট- আই এছ এই, কৃষককে ধৰি লাখ লাখ পৰিয়াললৈ ভাৰতে সুলভ মূল্যত সৌৰ শক্তি যোগান ধৰি লাভ কৰা সফলতাৰ বিষয়ে আলোকপাত কৰে। অনুষ্ঠানত ভাষণ দি আই এছ এ-ৰ সঞ্চালক প্রধান আশীষ খান্নাই ভাৰতৰ সূৰ্যঘৰ, ৰুফটপ সৌৰ আঁচনিৰ জৰিয়তে এক কোটি পৰিয়ালক সামৰি লোৱাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে বুলি প্রকাশ কৰে। তেওঁ লগতে প্রধানমন্ত্রী কুসুম কাৰ্যসূচীৰ জৰিয়তে কৃষকসকললৈ সৌৰ শক্তিচালিত পানীযোগানৰ লগতে অন্যান্য সা-সঁজুলিৰ যোগান ধৰা বুলিও জানিবলৈ দিয়ে। বিশ্বৰ আন আন দেশকো বিদ্য...