April 29, 2024 6:37 PM

views 19

পশ্চিমবংগ, ওড়িশা, বিহাৰ, ঝাৰখণ্ডত অহা তিনিদিনলৈ গ্রীষ্ম প্রৱাহৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা তিনি দিন পর্যন্ত পশ্চিমবংগ, ওড়িশা, বিহাৰ আৰু ঝাৰখণ্ডৰ বিভিন্ন অঞ্চলত গ্রীষ্ম প্রৱাহ অব্যাহত থাকিব বুলি আগলি বতৰা দিছে। ইয়াৰ উপৰি কৰ্ণাটকৰ মধ্যভাগ, তামিলনাড়ু, অন্ধ্রপ্রদেশ, তেলেংগানা, কেৰালা আৰু উত্তৰ প্ৰদেশৰ পূব প্ৰান্তত গ্রীষ্ম প্রৱাহ অব্যাহত থাকিব বুলি অৱগত কৰিছে। বতৰ বিজ্ঞান বিভাগে কৈছে যে, অনাগত দুদিনত পূব ভাৰতত তাপমাত্ৰা প্ৰায় একৰ পৰা ২ ডিগ্রী চেলছিয়াছ বৃদ্ধি পাব আৰু ইয়াৰ পাছত ইয়াৰ কোনো বিশেষ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা নাই। আনহাতে, অসম, অৰুণাচল প্রদেশ, মেঘ...