June 14, 2025 11:56 AM

views 23

গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইত কাইলৈৰ পৰা কেইবাদিনো ধৰি বৰষুণৰ সম্ভাৱনা

গুৱাহাটীকে ধৰি ৰাজ্যখনৰ বিভিন্ন ঠাইত চলি থকা অতিপাত গৰম আৰু আৰ্দ্ৰ পৰিৱেশৰ পৰা ৰাইজে পৰৱৰ্তী ২৪ ঘণ্টাত কিছু সকাহ পোৱাৰ সম্ভাৱনা আছে। কাইলৈৰ পৰা ৰাজ্যখনৰ বিভিন্ন অঞ্চলত কেইবাদিনো ধৰি বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। কালি ৰাজ্যখনৰ ভিতৰত ডিব্ৰুগড়ত সৰ্বোচ্চ ৩৮ দশমিক ৭ ডিগ্রী ছেলছিয়াছ উষ্ণতা ৰেকৰ্ড কৰা হয়। আজি গুৱাহাটী আৰু ইয়াৰ কাষৰীয়া অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত...